Narendra Kr. Shah, IAS
District Commissioner
Assam Right to Public Services
Delivery of notified public services
Standard Operating Procedures
Latest SOPs from the Govt. of Assam
Name: Phyllis V L Hmunsiami Hrangchal,ACS
Designation: Additional District Commissioner
Phone:
Email: phyllishrangchal1987@gmail.com
The temple with various features made of unique structures is reportedly the world's largest 126-feet-tall Shivalinga. It is located about 12 km away from Nagaon Town.
24-Nov-2022
Nagaon
বীৰ লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ দিনা নগাঁও জিলা প্ৰশাসনে অমৃত কাননৰ পৰা ক্লক টাৱাৰ হৈ নেহৰুবালি প্ৰাঙ্গণলৈ মমবাটি প্ৰজ্বলন ( কেণ্ডেল লাইট মাৰ্চৰ) জোঁৰ সমদল বাহিৰ কৰে। নগাঁও জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ ভাঃপ্ৰঃসে দেৱে , জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ উপস্থিতিত এই জোঁৰ সমদল যাত্ৰাৰ শুভাৰম্ভ কৰে।
এই মমবাতিৰ জোঁৰ সমদলত প্ৰায় ২০০ জন লোকে অংশগ্ৰহণ কৰে।
On the day of 400th Birth Anniversary of Bir Lachit Borphukan, Nagaon District Administration flagged off a Candle Light March from Amrit Kannan via clock tower to Nehrubali field. The March was flagged off by Sjt Narendra Kumar Shah, Deputy Commissioner, Nagaon in the presence of officials, staffs of District Administrations and various departments. Around 200 people participated in the candle light March.
22-Nov-2022
অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী দীক্ষু শৰ্মা ৰ গীতৰ শৰাই ।
অসম চৰকাৰ সৌজন্যত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনত নগাঁও জিলাত উদযাপিত হৈ আছে অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্মজয়ন্তী। এই জন্মজয়ন্তী উপলক্ষ্যে সপ্তাহ যোৰা কাৰ্য্যসূচীৰ পঞ্চম দিনা ইং ২২ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ প্ৰণৱ বৰুৱা শিশু উদ্যানত অসমৰ কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ এখনি সাংস্কৃতিক গীতৰ অনুষ্ঠান অনুস্থিত হয়। নগাওঁ জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসে দেৱৰ উপস্থিত আৰু জিলা অতিৰিক্ত উপায়ুক্ত সকল ,অন্যান্য বিভাগীয় বিষয়াৰ সৈতে অগণন জন সমাগমৰ মাজেৰে এই অনুষ্ঠানটি সুকলমে উদযাপন কৰা হয় ।
20-Nov-2022
বীৰ লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সপ্তাহ যোৰা কাৰ্য্যসূচীৰ তৃতীয় দিনা ইং ২০ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ বিভিন্ন স্থানত আয়োজন কৰা কাৰ্য্যসূচীৰ কিছু দৃশ্যাংশ-
কল্লোল চিত্ৰাংকন বিদ্যালয়ত জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা আৰু নগাঁও আৰক্ষী ৰিজাৰ্ভ কেম্পত ৰক্তদান শিৱিৰ অনুস্থিত কৰা হয়।
In continuation of celebration of 400th Birth anniversary of Veer Lachit Barphukan on 20th November 2022, Nagaon District Administration conducted District drawing competition at Kallol Drawing School and blood donation camp at Nagaon Police Reserve Camp.