Latest

District at a Glance

  •  Division: Central Assam
  •  Headquarter: Nagaon
  •  Sub-Divisions: 2
  •  Revenue Circles: 7
  •  Development Blocks: 13
  •  Geographical Area: 2287 sq. km
  •  Population: 1892550
  •  Literacy: 71%
  •  Revenue Villages: 960

District Commissioner

Narendra Kr. Shah

Narendra Kr. Shah, IAS

District Commissioner

Places of Interest

Maha Mritynujay
Maha Mrityunjay Temple

The temple with various  features  made of  unique structures  is reportedly the   world's largest 126-feet-tall Shivalinga. It is located about 12 km  away from Nagaon Town.

Events

New
Candle Light March from at Nagaon on occasion of 400th Birtday celebration of Beer Lachit Barphukan

Nagaon

New
Deekshu

Nagaon

অসমৰ প্ৰখ্যাত  কণ্ঠশিল্পী দীক্ষু শৰ্মা ৰ গীতৰ শৰাই ।

অসম  চৰকাৰ সৌজন্যত  আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনত নগাঁও জিলাত উদযাপিত হৈ আছে অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকন দেৱৰ  ৪০০ সংখ্যক জন্মজয়ন্তী।
এই জন্মজয়ন্তী উপলক্ষ্যে সপ্তাহ যোৰা কাৰ্য্যসূচীৰ পঞ্চম দিনা  ইং ২২ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ প্ৰণৱ বৰুৱা শিশু উদ্যানত অসমৰ  কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ এখনি  সাংস্কৃতিক গীতৰ অনুষ্ঠান  অনুস্থিত হয়।
নগাওঁ জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ,  ভাঃপ্ৰঃসে দেৱৰ উপস্থিত আৰু জিলা  অতিৰিক্ত উপায়ুক্ত সকল ,অন্যান্য বিভাগীয় বিষয়াৰ সৈতে অগণন জন সমাগমৰ মাজেৰে এই অনুষ্ঠানটি সুকলমে উদযাপন কৰা হয় ।