Plantation and Cleanliness drive at Nagaon on account of celebration of 400th Birth Anniversary of Beer Lachit Borphukan

  • বীৰ লাচিত বৰফুকন দেৱৰ  ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত  আয়োজিত  সপ্তাহ যোৰা কাৰ্য্যসূচীৰ  তৃতীয় দিনা ইং ২০ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ বিভিন্ন স্থানত আয়োজন কৰা কাৰ্য্যসূচীৰ কিছু দৃশ্যাংশ সমূহ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত বৃক্ষ ৰোপণৰ লগতে চাফই অভিযান আৰু বজাৰ এলেকা আৰু নগাঁৱৰ পৌৰসভাসমূহৰ অন্তৰ্গত ৱাৰ্ডসমূহত চাফই অভিযান অনুস্থিত কৰা হয়। In continuation of celebration of 400th Birth anniversary of Veer Lachit Barphukan on 20th November 2022, Nagaon District Administration conducted Swachchata Abhiyan & Tree Plantation programme in various Government and Private office and Market places of Nagaon District.