Music Concert by popular artist Deekhshu on accunt of celebration of 400th Birth Anniversary of Veer Lachit Borphukan at Nagaon

  • অসমৰ প্ৰখ্যাত  কণ্ঠশিল্পী দীক্ষু শৰ্মা ৰ গীতৰ শৰাই । অসম  চৰকাৰ সৌজন্যত  আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনত নগাঁও জিলাত উদযাপিত হৈ আছে অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকন দেৱৰ  ৪০০ সংখ্যক জন্মজয়ন্তী। এই জন্মজয়ন্তী উপলক্ষ্যে সপ্তাহ যোৰা কাৰ্য্যসূচীৰ পঞ্চম দিনা  ইং ২২ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ প্ৰণৱ বৰুৱা শিশু উদ্যানত অসমৰ  কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ এখনি  সাংস্কৃতিক গীতৰ অনুষ্ঠান  অনুস্থিত হয়। নগাওঁ জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ,  ভাঃপ্ৰঃসে দেৱৰ উপস্থিত আৰু জিলা  অতিৰিক্ত উপায়ুক্ত সকল ,অন্যান্য বিভাগীয় বিষয়াৰ সৈতে অগণন জন সমাগমৰ মাজেৰে এই অনুষ্ঠানটি সুকলমে উদযাপন কৰা হয় ।