Essay Competetion organized at Nagaon on account of celebration of 400th Birth Anniversary of Beer Lachit Borphukan

  • মহাবীৰ লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক  জন্মজয়ন্তী উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সপ্তাহ যোৰা কাৰ্য্যসূচীৰ ইং ১৯ নৱেম্বৰ ২০২২, তাৰিখে  দ্বিতীয় দিনা কাৰ্যসূচীৰ অন্তৰ্গত ৰচনা লিখা প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ । বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰিদৰ্শন কৰে নগাঁও জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী প্ৰশান্ত বৰুৱা,  অঃঅঃসেঃ দেবে । On 19th of November, 2022 as the second day of auspisious celebration of Mahaveer Lachit barphukan's 400th birth anniversary, an essay writing competition was organized by Nagaon District Administration. The competition held on different educational institutions were inspected by Shri Prashanta Baruah , ACS Addl Deputy Commissioner, Nagaon