District Level Singing and Dancing Competition-'400th Birth Anniversary of Bir Lachit Borphukan'

  • জিলা ভিত্তিক গীত আৰু নৃত্য প্ৰতিযোগিতা । নগাঁও জিলা প্ৰসাশনৰ উদ্যোগত চলি থকা মহাবীৰ লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি  নগাঁও জিলা পুথিভড়ালত আয়োজন কৰা সপ্তাহযোৰা কাৰ্য্যসূচীৰ চতুৰ্থ দিনা, ২১ নৱেম্বৰ ২০২২ তাৰিখে সাংস্কৃতিক প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয় য'ত দেশপ্ৰেমমুলক গীত আৰু নৃত্য প্ৰতিযোগীতাত গীতৰ শাখাত ২২ গৰাকী আৰু নৃত্যৰ শাখাত প্ৰায় ৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।উক্ত প্ৰতিযোগীতাৰ কিছু দৃশাংশ আগবঢ়োৱা হল। District Level Singing and Dancing Competition-'400th Birth Anniversary of Bir Lachit Borphukan' As a part of week long celebration of 400th Birth Anniversary of Bir Lachit Borphukan on the 4th day, Nagaon District Administration had organised District Level Singing and Dancing competition at District Library, Nagaon wherein 22 contestants participated in the singing competition and 35 contestants participated in the dancing competition.