Distribution of food at Children home on acount of celebration of 400th Birth annivrsary of Veer Lachit Borphukan

  • বীৰ লাচিত বৰফুকন দেৱৰ  ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত  আয়োজিত  সপ্তাহ যোৰা কাৰ্য্যসূচীৰ তৃতীয় দিনা ইং ২০ নৱেম্বৰ ২০২২ তাৰিখে নগাঁও জিলা ৰ বিভিন্ন অঞ্চলত কেইটামান বিশেষ কাৰ্য্যসূচী ভিতৰতে নৱজীৱন শিশু আবাস, হয়বৰগাঁও; অনাথ আশ্ৰম ,হয়বৰগাঁও; বাটাৰফ্লুই শিশু আবাস; গ্ৰাম্য  বিকাশ পৰিষদ, ৰাঙলু; ৰাজ্যিক আবাস  (মহিলা আৰু শিশু) গৃহ, আমোলাপট্টিৰ অনাথ শিশুসকলক পুষ্টিকৰ খাদ্য বিতৰণ আৰু শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ বিদ্যালয়, বঢ়মপুৰ ৰাজ্যিক আবাস (মহিলা আৰু শিশু) গৃহ, আমোলাপট্টিত খেলা সামগ্ৰী বিতৰণ  কৰা হয়। In continuation of celebration of 400th Birth anniversary of Veer Lachit Barphukan on 20th November 2022, Nagaon District Administration distributed nutritious food items at Nabajiban Children Home, Hoibargaon;  Orphanage/adoption agency ,Hoibargaon;  Butterfly Children Home;  Gram Vikash Parishad, Rangolu; State Home (Women and Children), Amolapatti and Sport items have been distributed among the students of Shrimanta Sankar Mission Blind school, Barhampur.