Day 2 celebration of 400th Birth Anniversary of Beer Lachit Borphukan at Nagaon

  • মহান বীৰযুদ্ধা লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক  জন্মজয়ন্তী উপলক্ষ্যে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সপ্তাহ যোৰা কাৰ্য্যসূচীৰ ইং ১৯ নৱেম্বৰ ২০২২, তাৰিখে  দ্বিতীয় দিনা কাৰ্যসূচী নগাঁও নেহেৰুৱালীৰ  খেলপথাত আয়োজন কৰা হয় । এই অনুস্থানত বালুকা চিত্ৰ (চেণ্ড আৰ্ট) প্ৰদৰ্শনী , পৰম্পৰাগত খেল-ধেমালি ৰ সৈতে লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক  জন্মজয়ন্তী উপলক্ষ্যে নগাঁও জিলা প্ৰশাসনৰ দ্বাৰা  নিবেদিত  "লাচিতৰ আৰ্দশেৰে"  গীতটিৰ ভিডিঅৰ শুভউন্মোচন কৰা হয় । এই অনুস্থানটি উদ্বোধন কৰে জিলা উপায়ুক্ত  শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ ভাঃপ্ৰঃসে, দেৱে। আৰক্ষী অধীক্ষক শ্ৰীমতী লীনা দলে অঃঅঃসেঃ ডাঙৰীয়ানী সৈতে জিলা অতিৰিক্ত উপায়ুক্ত সকল আৰু বিভিন্ন বিষয়াৰ কৰ্মচাৰী সকল এই অনুস্থানত উপস্থিত থাকে। On , 19th of November, 2022 as the second day of auspisious celebration of Mahaveer Lachit Barphukan's 400th birth anniversary organized by Nagaon District Administration on Nagaon Nehrubali field. Along with sand art show, traditional sport and a video of a newly  district theme song named "Lachitor adorshore" was released today by Nagaon District  Administration . Sjt Narendra Kumar Shah ,IAS Deputy Commissioner Nagaon, Smt Leena Dolly, APS superintendent of police Nagaon along with all Addl Deputy Commissioners and other officials were present at this inauguration program.