Cultural procession on account of week-long celebration of 400th Birth Anniversary of Beer Lachit Borphukan at Nagaon

  • বীৰত্ব-সাহসৰ অনন্য প্রতীক লাচিত বৰফুকন। মহান বীৰগৰাকীৰ ৪০০ সংখ্যক জয়ন্তী উদযাপনৰ উপলক্ষ্যে আয়োজন কৰা নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত সপ্তাহ যোৰা কাৰ্যসূচীৰ প্ৰথম দিনা ইং ১৮ নৱেম্বৰ ২০২২ তাৰিখে পুৱা ৮:০০ বজাত নগাঁও পুলিচ ৰিজাৰ্ভৰ পৰা নগাঁও চহৰৰ মাজেৰে এখনি  সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয় । এই শোভাযাত্ৰাত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা  পৰম্পৰাগত সাজ পোছাকৰে পদ যাত্ৰা , পুলিচ প্ৰশাসনৰ  দ্বাৰা বেণ্ড প্ৰদৰ্শন আৰু মাৰ্চ পাষ্ট , কুচ-কাৱাজ আৰু সাংস্কৃতিক শোভাযাত্রা আদি অনুস্থিত হয়। নগাঁও জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ ভাঃপ্ৰঃসে, আৰক্ষী অধীক্ষক শ্ৰীমতী লীনা দলে অঃআঃসেঃ ডাঙৰীয়ানী ৰ লগতে জিলাখনৰ বহু উচ্চ স্তৰীয় বিষয়া এই অনুস্থানত উপস্থিত থাকে। Lachit Borphukan is a unique symbol of bravery. On the first day of the week long program organized to celebrate the 400th birth anniversary of Veer Lachit Barphukan, a cultural rally was organized from Nagaon Police Reserve in Nagaon city on November 18, 2022 at 8:00 am. The procession included a rally by students of various educational institutions in traditional attire, band display , parade and march past by the police administration. Sjt Narendra Kumar Shah ,IAS Deputy Commissioner Nagaon, Smt Leena Dolly, APS superintendent of police Nagaon along with other officials were present at the rally.