Candle Light March from at Nagaon on occasion of 400th Birtday celebration of Beer Lachit Barphukan

  • বীৰ লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ দিনা নগাঁও জিলা প্ৰশাসনে অমৃত কাননৰ পৰা ক্লক টাৱাৰ হৈ নেহৰুবালি প্ৰাঙ্গণলৈ মমবাটি প্ৰজ্বলন ( কেণ্ডেল লাইট মাৰ্চৰ) জোঁৰ সমদল বাহিৰ কৰে।  নগাঁও জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ ভাঃপ্ৰঃসে  দেৱে , জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ উপস্থিতিত এই জোঁৰ সমদল যাত্ৰাৰ   শুভাৰম্ভ কৰে। এই মমবাতিৰ জোঁৰ সমদলত প্ৰায় ২০০ জন লোকে অংশগ্ৰহণ কৰে। On the day of 400th Birth Anniversary of Bir Lachit Borphukan, Nagaon District Administration flagged off a Candle Light March from Amrit Kannan via clock tower to Nehrubali field. The March was flagged off by Sjt Narendra Kumar Shah, Deputy Commissioner, Nagaon in the presence of officials, staffs of District Administrations and various departments. Around 200 people participated in the candle light March.