মাননীয় বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওঁগে নগাঁৱৰ জিলা পুথিভঁৰালৰ পতাকা ক্ৰয় কেন্দ্ৰৰ পৰা এছ.এইচ.জিৰ দ্বাৰা চিলাই কৰা পতাকা ক্ৰয় কৰে আৰু হৰ ঘৰ তিৰঙ্গাৰ চেলফি পইণ্টতো এক ভংগিমা দিয়ে।

  • আজি অসমৰ মাননীয় বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওঁগে নগাঁৱৰ জিলা পুথিভঁৰালৰ পতাকা ক্ৰয় কেন্দ্ৰৰ পৰা এছ.এইচ.জিৰ দ্বাৰা চিলাই কৰা পতাকা ক্ৰয় কৰে আৰু হৰ ঘৰ তিৰঙ্গাৰ চেলফি পইণ্টতো এক ভংগিমা দিয়ে।