মহা মৃত্যুঞ্জয় মন্দিৰ

Madam Kamdev Temple

বিভিন্ন কাৰুকাৰ্যেৰে অনন্য ৰূপত নিৰ্মাণ কৰি তোলা ১২৬ ফুট উচ্চতাৰ মহা মৃত্যুঞ্জয় মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ। এই মন্দিৰটো নগাঁও চহৰৰ পৰা প্ৰায় ১২ কি.মি নিলগত অৱস্থিত।