হাইপাৰলিংকিং নীতি

এই ৱেবছাইটৰ বহু ঠাইত, আপুনি আন বৰ্হিস্থিত ৱেবছাইটৰ সৈতে সংযুক্ত লিংক পাব| এই লিংকসমূহ আপোনাৰ সুবিধাৰ বাবে স্থাপিত কৰা হৈছে | কিন্তু আমাৰ কাৰ্যালয় এই ৱেবছাইটসমূহৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত দায়বদ্ধ নহয় আৰু এই ৱেবছাইটসমূহত প্ৰকাশিত মন্তব্যবোৰ সমৰ্থন কৰাৰ প্ৰয়োজন বোধ নকৰে |এনে ৱেবছাইটৰ লিংক আমাৰ ৱেবছাইটত থকাৰ অৰ্থ এয়ে নহয় যে এই ৱেবছাইটসমূহক আমি সমৰ্থন কৰোঁ | আমি এই বিষয়ে কোনো নিশ্চিতি দিব নোৱাৰোঁ যে এই লিংকসমূহে সদায়ে কাম কৰিব আৰু এই পেজবোৰৰ ওপৰত আমাৰ কোনোধৰণৰ নিয়ন্ত্ৰণ নাই |

অন্য ৱেবছাইটৰ পৰা আমাৰ ৱেবছাইটলৈ লিংক

আমি আপোনাৰ দ্বাৰা আমাৰ ৱেবছাইটত থকা তথ্যৰ সৈতে কৰা কোনো লিংকত কোনো আপত্তি নকৰোঁ আৰু ইয়াৰ বাবে কোনো আগতীয়া অনুমতিৰো প্ৰয়োজন নাই | তৎসত্ত্বেও, আমাৰ ৱেবছাইটত আপুনি দিয়া এনে কোনোধৰণৰ লিংকৰ বিষয়ে আমাক জনালে উপকৃত হ'ম ।
তাৰোপৰি, আমাৰ ৱেবছাইটৰ পেজ আপোনাৰ ৱেবছাইটৰ ভিতৰত ল'ড হোৱাটো আমি নিবিচাৰোঁ| আমাৰ ৱেবছাইটৰ সৈতে জড়িত পেজখন নতুনকৈ খোল খোৱা ৱিণ্ড'ত ল'ড হোৱাটোহে আমি বিচাৰোঁ |