স্বত্বাধিকাৰ নীতি

এই ৱেবছাইটত থকা তথ্য আগতীয়াকৈ আমালৈ মেইল পঠিয়াই অনুমতি গ্ৰহণ কৰি বিনামূলীয়াকৈ পুনৰ প্ৰকাশ কৰিব পাৰি | কিন্তু, এই তথ্যসমূহৰ কোনোধৰণৰ সাল-সলনি নঘটোৱাকৈ সঠিক ৰূপত প্ৰকাশ কৰিব লাগিব যাতে এই তথ্যই পাছলৈ অপমানজনক বা বিভ্ৰান্তিকৰ ৰূপ নলয় | যেনেকুৱাই তথ্য প্ৰকাশ বা আনৰ নামত প্ৰেৰণ কৰা নহওঁক কিয়, তথ্যৰ উৎসৰ নাম উল্লেখ কৰিব লাগিব |আনহাতে, এই তথ্যসমূহ পুনৰ প্ৰকাশ কৰাৰ অনুমতিৰ পৰিধিত এনে কোনো তথ্য সাঙুৰি ল'ব নোৱাৰিব যি আন এক তৃতীয় পক্ষৰ স্বত্তাধিকাৰত অন্তৰ্ভূক্ত | তেনে তথ্য পুনৰ প্ৰকাশ কৰাৰ অনুমতি তৃতীয় পক্ষৰ স্বত্তাধিকাৰৰ পৰা গ্ৰহণ কৰিব লাগিব |