মাননীয় জিলা উপায়ুক্ত মহোদয়ে ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে

  • ১৫ নম্বেবৰ,২০২১ তাৰিখে নগাঁওৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ে ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু লগতে চিকিৎসালয়খনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বুজ লয়। এই কাৰ্যসূচীত মাননীয় উপায়ুক্ত মহোদয়ক সংগ দিয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মহোদয় তথা জ্যেষ্ঠ চিকিৎসকসকলে।